Very Short Question for 1/2 Marks

Q - 1. বায়ুমণ্ডলত নাইট্ৰ’জেন কিমান শতাংশ আছে?

উত্তৰ - ৭৮.০৮ শতাংশ৷


Q - 2. বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ আছে?

উত্তৰ - ২০.৯৪ শতাংশ৷


Q - 3. বায়ুমণ্ডলত CO2 কিমান শতাংশ আছে?

উত্তৰ - ০.০৩৬ শতাংশ৷


Q - 4. কি গেছে অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে?

উত্তৰ - অজন গেছে৷


Q - 5. বায়ুমণ্ডলত উত্তাপ জড়িত এটা প্ৰধান বৈশিষ্ট্য্য লিখা৷

উত্তৰ - গোলকীয় উত্তাপ বৃদ্ধি৷


Q - 6. বায়ুমণ্ডলত উত্তাপ জড়িত এটা প্ৰধান বৈশিষ্ট্য্য লিখা৷

উত্তৰ - গোলকীয় উত্তাপ বৃদ্ধি৷


Q - 7. হম’স্ফিয়েৰ উচ্ছত কিমান?

উত্তৰ - প্ৰায় ৮০ কি.মি.৷


Q - 8. ট্ৰপ’স্ফিয়েৰ গড় উচ্ছতা কিমান?

উত্তৰ - প্ৰায় ১২কি.মি.৷


Q - 9. বিষুৱীয় আৰু মেৰু অঞ্চলত ট্ৰপ’ষ্ফিয়েৰৰ সৰ্ব্বোচ্ছ উচ্ছতা কিমান?

উত্তৰ - বিষুৱীয় অঞ্চলত সৰ্বোচ্চ উচ্ছতা ১৬ কি.মি.


Q - 10. লেপ্চ হাৰ কি?

উত্তৰ - সাধাৰণতে প্ৰতি কি.মি. উচ্ছতা বৃদ্ধিত ৬.৫০ চেণ্টিগ্ৰেডতকৈ বায়ুৰ উচ্ছতা হ্ৰাস পায়৷ ইয়াকে লেপ্চ হাৰ বোলে৷


Q - 11. ষ্টেট’স্ফিয়েৰৰ আৰু মেছ’স্ফিয়েৰৰ মধ্যসীমাৰ নাম কি?

উত্তৰ - ষ্ট্ৰেট’পজ৷


Q - 12. মেছ’স্ফিয়েৰ ৰ উল্লেখযোগ্য বৈশিষ্ট্য্য কি?

উত্তৰ - উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায়৷


Q - 13. ট্ৰপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰৰ মাজৰ সীমাটোক কি বোলে?

উত্তৰ - ট্ৰপ’পজ৷


Q - 14. ষ্ট্ৰেট’স্ফিয়েৰৰ নিম্ন আৰু উচ্চভাগত উত্তাপ কিমান কিমান?

উত্তৰ - নিম্ন ভাগত উচ্চতা ৬০০ ছেণ্টিগ্ৰেড আৰু উচ্ছভাগত উচ্চতা ০০ ছেণ্টিগেড৷


Q - 15. বায়ুমণ্ডল কোনটো স্তৰত অজ’ন গেছ আছে?

উত্তৰ - ষ্ট্ৰেট’স্ফিয়েৰ৷


Q - 16. মেছস্ফেয়েৰৰ নিম্নসীমাৰ নাম কি?

উত্তৰ - মেছ’পজ৷


Q - 17. হেটৰ’স্ফিয়েৰৰ কিমানলৈ উত্তাপ বৃদ্ধি পায়?

উত্তৰ - ১৬৫০০ চেণ্টিগ্ৰেড৷


Q - 18. পৃথিৱীপৃষ্ঠৰ পৰা পঠিওৱা ৰেডিঅ’ তৰংগ কোনটো স্তৰৰ পৰা প্ৰতিফলিত হয়?

উত্তৰ - থাৰ্ম’স্ফিয়েৰ৷


Q - 19. সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ গড় চাপ কিমান?

উত্তৰ - প্ৰতি বৰ্গ ছেণ্টিমিটাৰৰ প্ৰায় ১ কিল’মিটাৰ৷


Q - 20. বায়ুৰ চাপ কি যন্ত্ৰৰে জোখা হয়?

উত্তৰ - বেৰ’মিটাৰ৷


Q - 21. সাগৰ পৃষ্ঠত বায়ুৰ স্বাভাৱিক চাপ কিমান?

উত্তৰ - (i) বায়ুৰ উষ্ণতা (ii) পৃথিৱী পৃষ্ঠৰ উষ্ণতা উচ্চতা৷


Q - 22. কোন অঞ্চলক অশ্ব অক্ষাংশ কোৱা হয়?

উত্তৰ - উপক্ৰান্তীয় অঞ্চলক৷


Q - 23. পৃথিৱীপৃষ্ঠত কিমানটা চাপ বলয় আছে?

উত্তৰ - ৪ টা৷ (i) নিৰক্ষীয় নিম্নচাপ, (ii) উপক্ৰান্তীয় উচ্চতাপ, (iii) উপ-মেৰু দেশীয় নিম্নচাপ, (iv) মৰুদেশীয় উচ্চচাপ


Q - 24. বিষুৱ অঞ্চলত উষ্ণতা কিয় সৰ্বাধিক হয়৷

উত্তৰ - বিষুৱ অঞ্চলত সূৰ্যৰ ৰশ্মি লম্ভভাৱে পৰে বাবে তাত উষ্ণতা সৰ্বাধিক হয়৷


Q - 25. দুখন ঠাইৰ মাজত চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ - চাপনতিৰ বাবে সৃষ্টি হোৱা চাপৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা পাৰ্থক্য দুৰত্বৰ ওপৰত৷


Q - 26. বায়ুপ্ৰৱাহত বিস্তাৰ কৰা প্ৰধান কাৰক কেইটা কি কি?

উত্তৰ - (i) চাপনতি শক্তি (ii) মাধ্যাকৰ্ষণ শক্তি৷ (iii) অপকেন্দ্ৰিক শক্তি (iv) ঘৰ্ষন শক্তি৷


Q - 27. চাপনতি শক্তি কাক বোলে?

উত্তৰ - ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ বাবে উদ্ভৱ হোৱা শক্তিৱে মূলত বায়ু প্ৰৱাহৰ সৃষ্টি কৰে৷ ইয়াকে চাপনতি শক্তি বোলে৷


Q - 32. কোৰিওলিচ বলৰ মান বিষুৱ আৰু মেৰু অঞ্চলত কেনেকুৱা হয়?

উত্তৰ - বিষুৱ ৰেখাত শূন্য আৰু মেৰু অঞ্চলত সৰ্ব্বোচ্চ হয়৷


Q - 33. ঘৰ্ষণ শক্তিৰ ফলত বতাহৰ কি কি পৰিৱৰ্তন হয়?

উত্তৰ - ঘৰ্ষণ শক্তিয়ে বায়ু প্ৰবাহৰ সময়ত পৃথিৱীত মাধ্যাকৰ্ষণ আৰু অপকেন্দ্ৰিক শক্তিৰ পৰিৱৰ্তন আনে৷


Q - 34. কি যন্ত্ৰৰে বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি?

উত্তৰ - উইণ্ড ভে’ন৷


Q - 35. বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি?

উত্তৰ - এনিম’মিটাৰ৷


Q - 36. বতাহৰ গতিবেগ প্ৰতিঘণ্টাত কিমান কিলোমিটাৰ হ’লে এক নট হয়?

উত্তৰ - প্ৰতি ঘণ্টাত ১.৮৫৪ কিলোমিটাৰ৷


Q - 37. প্ৰাথমিক বায়ুপ্ৰবাহতন্ত্ৰৰ অন্তৰ্গত দুবিধ বতাহৰ নাম লিখা৷

উত্তৰ - বাণিজ্য বতাহ আৰু পছোৱা বতাহ, মেৰু দেশীয় বতাহ৷


Q - 38. অশ্ব অক্ষাংশৰ অক্ষাংশ বিস্তৃতি কিমান?

উত্তৰ - ৩০০ ৰপৰা ৩৫০ অক্ষাংশৰ ভিতৰত৷


Q - 39. জেচ প্ৰবাহ কাক বোলে?

উত্তৰ - ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি পশ্চিমো প্ৰবাহৰ দৰে এক তীব্ৰবেগী পূৱমুৱা বায়ু প্ৰৱাহিত হয়৷ ইয়াকে জেট প্ৰবাহ বোলে৷


Q - 42. কি যন্ত্ৰৰ সহায়ত বতাহৰ দিশ আৰু গতি নিৰ্ণয় কৰা হয়?

উত্তৰ - এনিম’মিটাৰ৷


Q - 48. বায়ুপ্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি?

উত্তৰ - বায়ুপ্ৰবাহৰ উৎপত্তি মূলতঃ বায়ুমণ্ডলৰ উত্তাপৰ তাৰতময আৰু ইয়াৰ লগত ওতপ্ৰোতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ ওপৰত নিৰ্ভৰ কৰে৷


Q - 61. বায়ুমণ্ডলত কাৰ্বন ড্ৰাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ’ব?

উত্তৰ - গোলকীয় উত্তাপন৷


Q - 62. আদ্ৰৰ্ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি?

উত্তৰ ঃ


Q - 63. অজ’ন গেছৰ স্তৰটোৱে কেনেকৈ জীৱজগতৰ উপকাৰ সাধে?

উত্তৰ - বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰ স্তৰটো অজ’ন গেছৰ এটা স্তৰ থাকে৷ অজ’নৰ গেছৰ অনুৱে সূৰ্যৰ পৰা অহা জীৱৰ ক্ষতিকাৰক অতি বেঙুণীয়া ৰশ্মি শোষণ কৰি জীৱজগতৰ উপকাৰ সাধন কৰে৷


Q - 64. ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে?

উত্তৰ - ৮০ কিলোমিটাৰ৷


Dictionary
× Home Tutors Institutes About Us Contact Us Faq